audio_filepath
audioduration (s) 0.2
55.9
| text
stringlengths 5
703
| duration
float64 0.2
55.9
| lang
stringclasses 1
value |
---|---|---|---|
তেওঁ কয় যে ছানফ্ৰাপিছকো টকিঅ' আৰু বেইজিঙৰ পাছতে ভাৰতত স্থাপন হোৱা বিশ্বৰ চতুৰ্থটো এনে কেন্দ্ৰৰ জৰিয়তে ভৱিষ্যতে অনেক সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব | 10.36 | as |
|
তেওঁ কয় যে এয়া কেৱল ঔদ্যোগিক পৰিৱৰ্তনেই নহয় এই বিপ্লৱৰ জৰিয়তে সামাজিক উন্নয়নো সাধন হব | 5.6 | as |
|
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জোতা চেণ্ডল চামৰা আৰু আনুসংগিক সা সামগ্ৰী উন্নয়ন কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে খণ্ডটোৰ বুনিয়াদী সা সুবিধাৰ উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে পাৰিপৰ্ধিকতাক সুৰক্ষা প্ৰদান কৰা | 14.68 | as |
|
বৰ্ধিত হাৰৰ কাৰেণ্ট একাউণ্টৰ ঘাটিৰ জোৰা মৰাৰ উদ্দেশ্যে আমদানিৰ পৰিমাণ হ্ৰাস কৰাৰ হকে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে এনেদৰে শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে | 8.52 | as |
|
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে আমদানি শুল্কৰ হাৰ বদ্ধি কৰিলে | 4.8 | as |
|
ঘূৰ্ণী বতাহজাকৰ ফলত ওড়িশাৰ উপকূল অঞ্চলত বিজুলী ঢেৰেকনিৰে প্ৰৱল বৰষুণ হয় | 3.96 | as |
|
অৱশ্যে প্ৰবল বৰষুণ সত্বেও গজপতি গঞ্জম আৰু ৰায়গড় জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে | 6.44 | as |
|
আনহাতে ৰেলসেৱা বাতিল হোৱাৰ ফলত বিশাপট্টনম আৰু পুৰী ৰে'ল ষ্টেচনত কেইবাহাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে | 6.52 | as |
|
ইপিনে অন্ধ্ৰপ্ৰদেশৰ ভালেমান অঞ্চল তিত্লি ঘূৰ্ণী বতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছে | 4.28 | as |
|
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কালি নিশা শ্ৰীকুলম জিলাত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে | 5.52 | as |
|
আজিও তেওঁ জিলাখন ভ্ৰমণ কৰাৰ কথা আছে | 1.88 | as |
|
একেদৰে ৱেট্ট ইণ্ডিজৰ দলটোৱেও কীমো পল আৰু খাৰমান লুইছৰ ঠাইত আন দুগৰাকী খেলুৱৈক পথাৰত নমাইছে | 6.52 | as |
|
ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দউপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰ্গা পুজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে | 7.72 | as |
|
কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনধাৰ্য কৰা হৈছে | 3.2 | as |
|
আমাৰ মুম্বাইৰ সংবাদদাতাই জনোৱা মতে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কোনো কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব | 9.96 | as |
|
আজি ৰবিবাৰ হোৱাৰ হেতুকে মহাৰাট্টত নিৰ্বাচনী প্ৰচাৰৰ কাম প্ৰাৰ্থীসকলে পূৰ্ণ গতিত চলাই আছে | 5.24 | as |
|
হাৰিয়ানাত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা কৰি থকা হৈছে | 2.76 | as |
|
ৰাজ্যখনত মনোয়ন পত্ৰ প্ৰত্যাহাৰ কাইলৈ অন্তিম দিন | 2.68 | as |
|
শ্ৰীজাভডেকাৰে সজোৰে কৈছে যে জন্ম কাশ্মীৰত সংবাদ মাধ্যমৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাই আৰু ইয়াত সকলোধৰণৰ বাতৰিকাকত প্ৰকাশিত হৈ আছে | 9.16 | as |
|
মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত সাংবাদিকসকলে মুক্তমনে যাব পাৰিব আৰু পৰিস্থিতি অধ্যয়ন কৰিব পাৰিব | 5.6 | as |
|
তেও জম্মু কাশ্মীৰত মানৱাধিকাৰ উলংঘন হোৱা বুলি একাংশ আন্তঃৰাষ্ট্ৰীয় মাধ্যমে প্ৰকাশ কৰা বাতৰিটোক খণ্ডন কৰিছে | 6.28 | as |
|
তেওঁ কৈছে যে জনসাধাৰণে ইয়াক এক ঐতিহাসিক সিদ্ধান্ত বুলি উল্লেখ কৰিছে | 4.36 | as |
|
জম্মু কাশ্মীৰৰ লোকসকলেও চৰাকৰৰ এই সিদ্ধান্তক সমৰ্থন কৰিছে | 4.28 | as |
|
ৰাজস্থান ৰাজ্যপাল কলৰাজ মিশ্ৰই ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ নৱ নিযুক্ত মুখ্যন্যায়াধীশ ইন্দ্ৰজিৎ মহণ্টিক আজি জয়পুৰৰ ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় | 13.2 | as |
|
শপতগ্ৰহণ কৰাৰ পাছত মুখ্যন্যায়াধীশ মহণ্টিয়ে কয়ে যে ৰাজ্যখনৰ ন্যায় প্ৰদানৰ ব্যৱস্থাটো উন্নত কৰাত গুৰুত্ব প্ৰদান কৰিব | 7.76 | as |
|
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ বত্বাৰাম মণ্ডলত এই দুৰ্ঘটনাটো সংঘটিত হয় | 4.96 | as |
|
বায়ুসেনা বাহিনীৰ এটা ব্যক্তিগত কেন্দ্ৰত এওঁলোকে প্ৰশিক্ষণ লৈ আছিল | 3.72 | as |
|
নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাণ্ৰেকাৰে এই কথা ঘোষণা কৰে | 4.48 | as |
|
মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই যোৱা শুকুৰবাৰে থমাছক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক কালি অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ এছ জি শ্বেইখৰ আগত হাজিৰ কৰিছিল | 11.96 | as |
|
আৰক্ষীয়ে এই যড়যন্ত্ৰত জড়িত থকাৰ বাবে জেৰা কৰিব বিচাৰে বুলি আদালতক অৱগত কৰাৰ পাছতেই ন্যায়ালয়ে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে | 7.4 | as |
|
মহাট্টমী হৈছে দূৰ্গা পূজাৰ তৃতিয় দিন | 2.28 | as |
|
এই দিনটো নৱৰাত্ৰিৰ অতি গুৰুত্বপূৰ্ণ দিন বুলি বিবেচনা কৰা হয় | 3.44 | as |
|
গুজৰাটৰ আহমেদাবাদ আৰু ছুৰাটত বিদেশী পৰ্যটকসকলে এই পূজাৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে | 5.8 | as |
|
ৰাজ্যখনৰ কোনো কোনো ঠাইত বৰষুণ হোৱাৰ ফলত উৎসৱ পালনত ব্যাঘাত জন্মিছে | 4.52 | as |
|
অসমতো দূৰ্গাপূজা উলহ মালহেৰে উদযাপন কৰা হৈছে | 2.64 | as |
|
ৰাজ্যখনৰ বিভিন্ন ঠাইত পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে | 4.16 | as |
|
মহাট্টমী উপলক্ষে আজি ৰাজ্যখনৰ পূজা মণ্ডপসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে | 4.88 | as |
|
অৱশ্যে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনসমূহে পূজা নিয়াৰিকৈ সম্পন্ন হোৱাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে | 5.68 | as |
|
এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে দূৰ্গা পূজা অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় আৰু শেষত সত্যৰেই জয়ৰ ওপৰত বিখাস | 8.08 | as |
|
এটা টুইট বাৰ্তা যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দূৰ্গাই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িযাই আনিব বুলি আশা প্ৰকাশ কৰে | 8.52 | as |
|
আজি পুৱাৰ ভাগত ভক্তসকলে দূৰ্গা পুজাৰ মণ্ডপসমূহত উপস্থিত হৈ মহাট্টমীৰ নৈবেদ্য তথা অঞ্জলি প্ৰদান কৰে | 6.56 | as |
|
বেলুৰ মঠত আজি বহুসংখ্যক লোকে কুমাৰী পূজা দৰ্শন কৰে | 3.6 | as |
|
জনসাধাৰণে নতুন বস্ত্ৰ পৰিধান কৰি দূৰ্গা পুজাৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে | 4.92 | as |
|
কলকাতাৰ মেয়ৰ ফিৰাদ হাকিমে বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰে | 4.32 | as |
|
তেওঁ জ্যেষ্ঠ নাগৰিক বিশেষভাৱে সক্ষম আৰু মাওৰা লৰা ছোৱালীৰ এটা দল লগত লৈ দক্ষিণ কলকাতাৰ বিভিন্ন পূজামণ্ডপ দৰ্শন কৰে | 8.72 | as |
|
আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে | 1.36 | as |
|
ভোটগ্ৰহণ প্ৰক্ৰিয়াত নতুন প্ৰজন্মৰ ভোটদাতাসকলৰ লগতে বয়োজ্যেষ্ঠসকলৰ অংশগ্ৰহণ লক্ষ্যণীয় আছিল | 5.2 | as |
|
দুয়োখন ৰাজ্যৰে পৰা এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই | 4.56 | as |
|
ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বঢ়মপুৰ ৰহা লামডিং হোজাই আৰু নগাঁও সমষ্টিত কেইবাখনো জনসভাৰ জৰিয়তে প্ৰচাৰ চলায় | 10.12 | as |
|
ইপিনে মিত্ৰজেঁটৰ অন্তৰ্ভুক্ত ইউ পি পি এলৰ সভাপতি তথা বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিছমুৰীত এখন জনসভাত অংশগ্ৰহণ কৰে | 9.4 | as |
|
শাসকীয় মিত্ৰজোঁটৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃতাধীন মহাজোঁটৰ প্ৰাৰ্থীসকলেও ভোটদাতাৰ মাজত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে | 7 | as |
|
কংগ্ৰেছ নেতা শচীন পাইলটে আজি বৰাক উপত্যকাৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে ৰোডয়'তো অংশগ্ৰহণ কৰে | 6.64 | as |
|
মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈয়ে ডিফু হোজাই বঢ়মপুৰ সমষ্টিত কেইবাখনো জনসভাত ভাষণ দিয়ে | 7.12 | as |
|
তেওঁ লগতে এনে ধৰণৰ ধাৰা অব্যাহত থাকিলে জনসাধাৰণৰ মোহ ভংগ হ'ব বুলি সঁকিয়াই দিয়ে | 5.04 | as |
|
সংসদত নৰোত্তম ৰেড্ডীৰ দৃষ্টান্তমূলক বিতৰ্কৰ কথা উল্লেখ কৰি উপ ৰাট্টপতিয়ে জন প্ৰতিনিধিসকলৰ কাম কাজে জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰা উচিত বুলি মত প্ৰকাশ কৰে | 9.92 | as |
|
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হব | 6.24 | as |
|
এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাযান্তৰ সম্প্ৰচাৰ কৰিব | 4.16 | as |
|
নামভৰ্তি প্ৰক্ৰিয়াৰ সৰিশেষ কেন্দ্ৰীয় বিদ্যালয়ৰ ৱেবচাইট আৰু এন্ড্ৰইড মোবাইল এপযোগে লাভ কৰিব পৰা যাব | 5.64 | as |
|
একাদশ শ্ৰেণীৰ বাবে পঞ্জীয়ন প্ৰ পত্ৰ বিদ্যালয়ৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব | 4.48 | as |
|
মুম্বাইৰ কে ই এম চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ হেমন্ত দেশমুখে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব | 5.12 | as |
|
শ্ৰীচাহালে মুন্নাইৰ ভাণ্ডুপৰ ড়ীমছ মলৰ তৃতীয় মহলাত অৱস্থিত ছানৰাইজ হস্পিতালখনৰ ঘটনা সন্দৰ্ভত তথ্য যুগুতোৱাৰ সময়ত অগ্নিকাণ্ডৰ মূল কাৰণৰ লগতে ইয়াৰ লগত জড়িত আন আন ঘটনাবোৰো খতিয়ানত অন্তৰ্ভুক্ত কৰিবলৈ ৰাহাংদালেক নিৰ্দেশ দিছে | 14.32 | as |
|
তেওঁ কয় যে অনুসন্ধানকাৰী দলটোৱে এই সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ মুখ্য বিষয়াগৰাকীৰ লগত আলোচনামৰ্মে স্পষ্টীকৰণ প্ৰদান কৰা উচিত | 7.44 | as |
|
উল্লেখ্য যে কোৱিড পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষত জৰুৰীকালীন তথা সাময়িকভাৱে এই হাস্পতালখন স্থাপন কৰা হৈছিল | 7.4 | as |
|
সেয়েহে আয়ুক্তগৰাকীয়ে ড়ুীমছ মলত থকা ছানৰাইজ হস্পিতালক অনুজ্ঞাপত্ৰ দিয়া হৈছিল নে নাই সেই বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে | 6.52 | as |
|
ডাবলছৰ ফাইনেল খেলখন কাইলৈ অনুষ্ঠিত হ'ব | 2.28 | as |
|
ভাৰতীয় জনস্বাস্থ্য ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ কে শ্ৰীনাথ ৰেড্ডিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব | 6.28 | as |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.