Datasets:
audio
audioduration (s) 1.02
14.8
| text
stringlengths 7
116
| gender
class label 2
classes |
---|---|---|
এদিন মাছবোৰ গোট খাই মাছখোৱা জন্তুবোৰৰ সৈতে | 0female
|
|
ৰণ দিবলৈ থিৰ কৰাৰ নিমিত্তে মেল মৰা বিলৰ | 0female
|
|
ভগা ডুবিতে দুপৰীয়া মেল পাতিলে | 0female
|
|
সৌ মেললৈ ৰৌ বৰালি বাহু শল কাৱৈ গৰৈকে আদি কৰি ফুল দৰিকণালৈকে সকলোবোৰ মাছ আহিল | 0female
|
|
সমজুৱাসকল গোট খালত টপামুৰীয়া গৰৈক সকলোৱে | 0female
|
|
সেই দিনাৰ মেলখনত বৰমূৰীয়া পাতিবলৈ আৰু | 0female
|
|
লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে | 0female
|
|
পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে | 0female
|
|
সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত | 0female
|
|
গংগাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে | 0female
|
|
ৰাইজসকল মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ | 0female
|
|
আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে | 0female
|
|
আষাৰ চেৰেক কথা কব খুজিছো | 0female
|
|
যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে | 0female
|
|
মই লৰামতিক মূৰুখ বুলি মোৰ জগৰ নধৰি দায় দোষ মৰিষণ কৰিব | 0female
|
|
যেন আপোনালোকৰ চৰণত মোৰ এয়ে তুতি | 0female
|
|
সকলো জন্তুৰ ভিতৰত আমাক ঘাই | 0female
|
|
সিহঁতে আমাক জাল পল জুলুকি পাউৰী চেপা ঠুহা আদি | 0female
|
|
নানা যন্ত্রৰে ধৰি তপত তেলত | 0female
|
|
আৰু পকা অঙঠাত পেলাই | 0female
|
|
ভাজি পুৰি পাতত দি খৰিকাত দি সিজাই পকাই খায় | 0female
|
|
কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে | 0female
|
|
সিহঁতে আমাক এইদৰে নানা শাস্তি দি খায় | 0female
|
|
তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে | 0female
|
|
ঈশ্বৰে স্বৰজি পঠিয়াইছে | 0female
|
|
আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ | 0female
|
|
ঘৰে পতি চাই ফুৰকগৈ | 0female
|
|
দেখিব সিহঁতে গৰু মহ ঘোঁৰা ছাগলী আদিৰ কি দৰে গোলামি কৰিব লাগিছে | 0female
|
|
গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে | 0female
|
|
শুবলৈ খেৰ পাৰি দিছে থাকিবলৈ ঘৰ সাজি দিছে | 0female
|
|
গৰু ঘোঁৰা ছাগলীৰ গোবৰ আৰু লাড পৰ্যন্ত | 0female
|
|
এই বহটিয়াবোৰে উকতি চাফা কৰিছে | 0female
|
|
ৰাইজসকল একপ্রকাৰ চাবলে গলে এই মানুহ জাতিটো | 0female
|
|
আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে | 0female
|
|
কিয়নো সিহঁতে গৰুৰ গাখীৰ খায় | 0female
|
|
মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হব পাৰে | 0female
|
|
এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ | 0female
|
|
জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া | 0female
|
|
এতেকে এনে গৰু মানুহক আমি | 0female
|
|
টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক | 0female
|
|
ৰাইজসকল মই মুৰুখমতি লৰা | 0female
|
|
জুকিয়াই লৈ ভাঙি পাতি কব পৰা নাই | 0female
|
|
মোৰ মাহী গেদগেদী এই মেললৈ | 0female
|
|
কিয় আজি অহা নাই কব নোৱাৰো | 0female
|
|
তেওঁ ইয়াত থকা হেঁতেন জন্তুৰ ভিতৰত | 0female
|
|
কুলাধম এই মানুহবোৰৰ বিষয়ে | 0female
|
|
আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত কব পাৰিলেহেঁতেন | 0female
|
|
আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি | 0female
|
|
কি গুণ কি ব্যৱস্থা সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন | 0female
|
|
কাৰণ তেওঁৰ মুখখনি বহল | 0female
|
|
সেই মুখখনৰেই মোৰ গেদগেদী মাহীয়ে | 0female
|
|
আগৰ কালত কুৰুক্ষেত্র যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত | 0female
|
|
অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ | 0female
|
|
এতেকে তেওঁক বেগতে মতাই আনি | 0female
|
|
মোৰ কথাৰ প্রমাণ লওক | 0female
|
|
গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰচেঙেলী | 0female
|
|
পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে | 0female
|
|
তৎক্ষনাৎ পাচনীয়ে গৰৈচিৰিকা এটাক | 0female
|
|
গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠাই দিলে | 0female
|
|
গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে | 0female
|
|
সবাহলৈ যায়নে নাযায় | 0female
|
|
গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল | 0female
|
|
গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে | 0female
|
|
বন্দী টভংমৰা পোৱালী খোৱা নেযাওঁ যা | 0female
|
|
এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি | 0female
|
|
সমজুৱা সকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ | 0female
|
|
মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে | 0female
|
|
গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত | 0female
|
|
খং কৰি সভালৈ নাযাওঁ বুলিছিল | 0female
|
|
তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবিব | 0female
|
|
কাছি পাৰি সেন্দুৰৰ ফোঁট ৰেখা লৈ ওলাইছিল | 0female
|
|
এনেতে গঙ্গাটোপ ওলালহি | 0female
|
|
গঙ্গাটোপে মাত লগালে | 0female
|
|
কাঞ্চনমতী আই কাঞ্চনমতী আই | 0female
|
|
গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ | 0female
|
|
মূৰৰ খং শৰ্মা পলাবলৈ তৎ নাপালে | 0female
|
|
হৰিষতে গেদগেদীয়ে উত্তৰ দিলে | 0female
|
|
এৰা ভালেহে জানে ভালৰ মোল | 0female
|
|
আমাৰ গঙ্গাধৰ বোপা নে কোন | 0female
|
|
বলা গঙাই বোপা যাওঁ বলা | 0female
|
|
মাহীয়েকৰ মুখৰ শলাগনি | 0female
|
|
আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো হো কৰে | 0female
|
|
যেতিয়া সোমাবলৈ ধৰিলে গঙাই বোপা | 0female
|
|
আনন্দত উত্রাৱল হৈ পৰিল | 0female
|
|
আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ | 0female
|
|
লোৱা নাছিল সেই দেখি তেওঁ হাতেৰে | 0female
|
|
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল | 0female
|
|
মাহীয়েকৰ কথাষাৰে গঙ্গাটোপৰ মনত যিমান পাগুলিবলৈ ধৰিলে | 0female
|
|
সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে | 0female
|
|
ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি | 0female
|
|
আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি | 0female
|
|
হঠাৎ পানী হিলৈ ফটাদি শব্দ হোৱাত সমুজুৱাসকলে ভয় খাই দিহাদিহি | 0female
|
|
পলাই পত্রং দিলে | 0female
|
|
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল | 0female
|
|
ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী | 0female
|
|
লাগীজনীৰো এজনী ছোৱালী হৈছিল | 0female
|
|
আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল | 0female
|
|
লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক | 0female
|
|
তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে | 0female
|
|
এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি মাগি খায় | 0female
|
Assamese Indic TTS Dataset
This dataset is derived from the Indic TTS Database project, specifically using the Assamese monolingual recordings from both male and female speakers. The dataset contains high-quality speech recordings with corresponding text transcriptions, making it suitable for text-to-speech (TTS) research and development.
Dataset Details
- Language: Assamese
- Total Duration: ~27.4 hours (Male: 5.16 hours, Female: 5.18 hours)
- Audio Format: WAV
- Sampling Rate: 48000Hz
- Speakers: 4 (2 male, 2 female native Assamese speakers)
- Content Type: Monolingual Assamese utterances
- Recording Quality: Studio-quality recordings
- Transcription: Available for all audio files
Dataset Source
This dataset is derived from the Indic TTS Database, a special corpus of Indian languages developed by the Speech Technology Consortium at IIT Madras. The original database covers 13 major languages of India and contains 10,000+ spoken sentences/utterances for both monolingual and English recordings.
License & Usage
This dataset is subject to the original Indic TTS license terms. Before using this dataset, please ensure you have read and agreed to the License For Use of Indic TTS.
Acknowledgments
This dataset would not be possible without the work of the Speech Technology Consortium at IIT Madras. Special acknowledgment goes to:
- Speech Technology Consortium
- Department of Computer Science & Engineering and Electrical Engineering, IIT Madras
- Bhashini, MeitY
- Prof. Hema A Murthy & Prof. S Umesh
Citation
If you use this dataset in your research or applications, please cite the original Indic TTS project:
@misc{indictts2023,
title = {Indic {TTS}: A Text-to-Speech Database for Indian Languages},
author = {Speech Technology Consortium and {Hema A Murthy} and {S Umesh}},
year = {2023},
publisher = {Indian Institute of Technology Madras},
url = {https://www.iitm.ac.in/donlab/indictts/},
institution = {Department of Computer Science and Engineering and Electrical Engineering, IIT MADRAS}
}
Contact
For any issues or queries related to this HuggingFace dataset version, feel free to comment in the Community tab.
For queries related to the original Indic TTS database, please contact: [email protected]
Original Database Access
The original complete database can be accessed at: https://www.iitm.ac.in/donlab/indictts/database
Note: The original database provides access to data in multiple Indian languages and variants. This HuggingFace dataset specifically contains the Hindi monolingual portion of that database.
- Downloads last month
- 48